Business

ৰূপান্তৰ পুঁজি বৃদ্ধি কৰিব বিচাৰে য়েছ বেংকে

য়েছ বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰােভনীথ গীলে শেহতীয়া কিউআইপিৰ অভাৰ ছাবস্ক্রিপচনক বিনিয়ােগকাৰীৰ বিশ্বাসৰ মান্যতা বুলি উল্লেখ কৰি কয় যে বেংক প্রতিষ্ঠানটোৰ অপাৰেটিং মডেল এতিয়া প্ৰাসংগিক আৰু সেয়ে শক্তিশালীভাৱে ই উত্থানৰ বাবে সক্ষম। য়েছ বেংকৰ শেহতীয়া কুৱালিফাইড ইনষ্টিউচনেল প্লেচমেণ্টক তিনিবাৰ অভাৰ ছাবস্ক্রাইব কৰা হয়, কুৱালিফাইড ইনষ্টিউচনেল ব্লায়াছৰ পৰা ১৯৩০.৪ কোটি আহৰণ কৰা হয়। অধিক পুঁজিৰ চাহিদা সত্ত্বেও বেংক প্রতিষ্ঠানটোৱে এই পৰিমাণৰ ধনৰাশি আহৰণ কৰে কাৰণ অংশীদাৰসকলে কেৱল দহ শতাংশ ডিলিটচনতহে অনুমােদন জনাইছিল। এই কিউআইপিয়ে বেংক প্রতিষ্ঠানটোৰ চিইটি-১এ আঠ শতাংশৰ পৰা ৮.৬০ শতাংশলৈ বৃদ্ধি কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close