স্বাস্থ্য

ৰঙা চাহৰ উপকাৰিতা

জিন্তি বৈশ্য

আমি পুৱাই উঠি যি কাপ ৰঙা চাহ খাও,সেই চাহ কাপৰো কিছু ঔষধি গুণ আছে। ফিকা চাহে আমাৰ ভাগৰুৱা মনক সবল কৰে, উৎসাহ যোগায়,পেট খোলাচা কৰে আৰু মনত আনন্দ যোগায়।ফিকা চাহেৰে মুখ কুলকুলি কৰিলে দাঁত ও দাঁতৰ আলুৰ বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়। ৰঙা চাহত নেমুৰ ৰস কেই টোপালমান আৰু অকনমান নিমখ দি গাৰ্গোল কৰিলে ডিঙিৰ চেৰচেৰণি, মাত ভঙা টনচিলাইটিচ্ ৰ দৰে ৰোগৰ উপক্ষম হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close