অসমবিনোদনভাল খবৰশীৰ্ষ

৫ অক্টোবৰত মুক্তি পাব ‘দ্য আণ্ডাৰৱর্ল্ড’

নিউজ ডেস্ক, ভাল খবৰ:  ৫ অক্টোবৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ ছবি ‘দ্য আণ্ডাৰৱর্ল্ড’। এই নতুন ছবিখনৰ প্ৰচাৰৰ বাবে বি বৰুৱা কলেজত আজি উপস্থিত হয় জুবিন গাৰ্গ । জুবিন গাৰ্গৰ লগতে উপস্থিত থাকে ছবিখনৰ কলা কুশলীসকল।

বিশিষ্ট অভিনেতা প্ৰয়াত বিজু ফুকনৰ এইখন শেষ ছবি।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close