অসমবিশেষশীৰ্ষ

হীৰাই জিনিলে কন্ঠশিল্পী শংকৰ মহাদেৱনৰ মন

ৰূপজ্যোতি ভূঞা, কামপুৰ

অসমৰ এজন শিল্পীয়ে দৃষ্টি আকৰ্ষণ কৰিলে বলীউডৰ প্ৰখ্যাত সংগীত পৰিচালক,গায়ক শংকৰ মহাদেৱনৰ। শুকুৰবাৰে পুৱা এখন ৰেস্তোৰাঁত চাহ খাবলৈ গৈ হতচকিত হৈ পৰিচল মহাদেৱন। ৰেষ্টুৰেণ্টখনৰ বাহিৰত এজন যুৱকে বাঁহী বজাই আছিল। যুৱকজনৰ বাঁহীৰ সুৰত মোহিত হৈ শংকৰ মহাদেৱনে তেওঁক একেলগে বহাই এটা সুৰ মোবাইলতে ৰেকৰ্ডিং কৰিলে। কামপুৰ বাসী ৰাইজৰ বাবে গৌৰৱৰ কথা সেই বাঁহী বাদক জন আছিল কামপুৰৰ দিলীপ হীৰা।দিলীপ হীৰাৰ ঘৰ কামপুৰৰ বগলাজানত।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close