অসমশীৰ্ষ

সৰভোগৰ বিশিষ্ট কবি টিকেন নাথলৈ ২০১৯ বৰ্ষৰ সাহিত্যিক পেঞ্চন

ছহিজুল আলী, সৰভোগ

কবি টিকেন নাথৰ বাসগৃহত ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস

২০১৯ বৰ্ষৰ সাহিত্যিক পেঞ্চন সৰভোগৰ বিশিষ্ট কবি টিকেন নাথে লাভ কৰাত বৰনগৰবাসী ৰাইজ উৎফুল্লিত হৈ পৰে।
আজি সন্ধিয়া ৮.৩০ বজাত সৰভোগ সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস কবি গৰাকীৰ বাসগৃহত উপস্থিত হৈ সাহিত্যিক পেঞ্চন লাভ কৰা বিশিষ্ট কবি টিকেন নাথক সম্বৰ্দ্ধনা জনায়৷ৰণজিৎ কুমাৰ দাসে ৰাইজৰ লগতে সংবাদ মাধ্যমক কয় যে-বিশিষ্ট কবি টিকেন নাথ ছাৰে সাহিত্যিক পেঞ্চন লাভ কৰাত বৰনগৰীয়া হিচাপে গৌৰাৱাম্বিত৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close