অসমনিয়োগ খবৰবিশেষশীৰ্ষ

মৰিগাঁও বিএড মহাবিদ্যালয়ত পদ খালী

মৰিগাঁও বিএড মহাবিদ্যালয়ত খালী হৈ থকা দুটা পদ পদৰ বাবে ১৭ নৱেম্বৰত মৌখিক সাক্ষাৎকাৰৰ ব্যৱস্থা কৰা হৈছে। বিজ্ঞান অধ্যাপকৰ বাবে এমএছচি, এমইএড আৰু নেট/পিএইচডি ডিগ্রীধাৰী হােৱাৰ লগতে ভাষা অধ্যাপকৰ বাবে এমএ (ইংৰাজী, অসমীয়া) এমইএড নেট/পিএইচডি ধাৰী হ’ব লাগিব। দৰমহা ২০ হেজাৰ। সাক্ষাৎকাৰৰ ঠিকনা—কলেজ অব এডুকেচন মৰিগাঁও কেম্পাছ। সময়—ৰাতিদুৱা দহ বজাৰ আবেলি দুই বজালৈ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close