অসমশীৰ্ষ

মৰিগাঁও জিলাত “জ্ঞানম জুনিয়ৰ কলেজ আৰু জ্ঞানম কোচিং কাছেছ” ৰ খাদ্য-সামগ্ৰী বিতৰণ

dibya jyoti Das

আজি ইং ২৩/৭/২০১৯ তাৰিখে মৰিগাঁও জিলাৰ ধৰমতুল অঞ্চলৰ বানপানী হোৱা অঞ্চলসমূহৰ ৰাইজক “জ্ঞানম জুনিয়ৰ কলেজ আৰু জ্ঞানম কোচিং কাছেছ” ৰ তৰফৰ পৰা খাদ্য-সামগ্ৰী , মহৰ ধূপ আদিকে ধৰি বিভিন্ন ধৰণৰ লাগতীয়াল সামগ্ৰী বিতৰণ কৰা হৈছে। এই কাৰ্য সফল হোৱাত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে “জ্ঞানম জুনিয়ৰ কলেজ আৰু জ্ঞানম কোচিং কাছেছ”ৰ উপদেষ্টা কমিটিৰ president অতনু বৰা আৰু সদস্যসকলে । লগতে কলেজৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলেও এই কার্যটো সফল হোৱাত বিশেষ অৰিহণা যোগাইছে। “জ্ঞানম জুনিয়ৰ কলেজ আৰু জ্ঞানম কোচিং কাছেছ”ৰ এই শুভ কাৰ্য্য ৰ জৰিয়তে মৰিগাঁও জিলাৰ বানপ্ৰীডিত অঞ্চল সমূহৰ ৰাইজে সকাহ অনুভৱ কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close