অসমআন্ত-ৰাষ্ট্ৰীয়ভাল খবৰৰাষ্ট্ৰীয়শীৰ্ষ

‘মিষ্টাৰ ইউনিভাৰ্ছ’ খিতাপ অৰ্জন গোলাপ ৰাভাৰ

নিউজ ডেস্ক, ভাল খবৰ: শৰীৰ চৰ্চা প্ৰতিযোগিতাত পুনৰ উজ্বলিল গোলাপ ৰাভা। ‘মিষ্টাৰ ইউনিভাৰ্ছ’ খিতাপ দখল কৰিলে গোলাপ ৰাভাই। OVERALL PRO MR ASIA-2018 খিতাপো অৰ্জন কৰিল গোলাপ ৰাভাই।থাইলেণ্ডৰ পাটায়া চহৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

এই বৰ্ষতে ইউৰোপৰ লিথুৱানিয়াত MR WORLD খিতাপ দখল কৰিছিল গোলাপ ৰাভাই। গোলাপ ৰাভাৰ ঘৰ বকোৰ কালিয়াবড়ীত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close