অসমশিক্ষা

মহিলা বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি

ঐতিহ্যমন্ডিত যোৰহাট অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত নতুন উপাচাৰ্য নিযুক্তি প্ৰদান কৰা হৈছে।ড০ মালিনী গোস্বামীক অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰূপে নিযুক্তি প্ৰদান কৰা হৈছে। বৰ্তমানলৈকে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকাৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। যদিও ১২ ছেপ্টেম্বৰ, ২০১৯ত এই সন্দৰ্ভত উচ্চ শিক্ষা বিভাগে জাৰি কৰিছিল জাননী।উল্লেখযোগ্য যে, আগন্তুক পাচ বছৰৰ বাবে যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে নিযুক্তি দিয়া হৈছে ড০ মালিনী গোস্বামীক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close