অসমশীৰ্ষ

মদাৰতলী হাতী পোৱালী উদ্ধাৰ

নগাঁৱৰ মদাৰতলী আদৰ্শগাঁৱত উদ্ধাৰ এটা হাতী পোৱালী ৷ নিশা বন্যহস্তীৰ জাকত খাদ্য সন্ধানত আহিছিল হাতীৰ পোৱালীটো ৷ মাতৃৰ পৰা বিচিন্ন হয় অসুষ্ঠ হাতী পোৱালীটো ৷ মদাৰতলীত পশু বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবে কাজিৰঙালৈ প্ৰেৰণ কৰে অসুষ্ঠ হাতী পোৱালীটো ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close