বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ভাৰতৰ নতুন নাবিক

বিভিন্ন ঠাইৰ দিশ নির্ণয় কৰিবৰ বাবে আপুনি স’ততে ব্যৱহাৰ কৰে গুগল মেপ। আচিনাকি ঠাই বিচাৰি উলিয়াবলৈ আপুনি এই গুগল মেপৰ সহায় ল’বলগীয়া হৈছিল। কিন্তু এতিয়া আৰু অচিনাকি ঠাই বিচাৰিবৰ বাবে গুগল মেপ ব্যৱহাৰ কৰিব নালাগে। ভাৰতে নিজা প্রযুক্তিৰে উদ্ভাৱন কৰি উলিয়াইছে জি পি এছ চিষ্টেম। ৭টা চেটেলাইট চেনেলৰ জৰিয়তে দিশ নির্ণয় কৰিব এই জি পি এছ চিষ্টেমে। এই জি পি এছ চিষ্টেমৰ নাম ৰখা হৈছে এন এ ভি আৰ। শেহতীয়াকৈ ভাৰতে স্থানীয় প্রযুক্তিৰে নির্মাণ কৰে ইয়াৰ সপ্তমটো কৃত্রিম উপগ্রহ। আই আৰ এন এছ এছ ১ জিজি নিক্ষেপ কৰে। এই সাতটাকৈ উপগ্রহ জি পি এছ চিষ্টেমৰ কাম কৰিব। অন্য দেশ আমেৰিকাৰ ষ্টুটা কৃত্রিম উপগ্রহ, ৰুছ, ইউৰােপৰ জি পি এছ পদ্ধতিৰ সমপর্যায়ৰ হ’ব এই নাবিক। এনে পদ্ধতি থকা পাঁচখন দেশৰ ভিতৰতে এখন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close