নিয়োগ খবৰ

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত পদ

আবেদন গ্ৰহণৰ অন্তিম দিন ২১ ফেব্ৰুৱাৰী

ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত খালী হোৱা উপপ্ৰৱন্ধকৰ ১৩১টা আৰু প্ৰৱন্ধকৰ ৯২টা পদ পূৰণৰ বাবে আগ্ৰহী তথা অভিজ্ঞতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। আবেদন গ্ৰহণৰ অন্তিম দিন ২১ ফেব্ৰুৱাৰী। ইচ্ছুক তথা অভিজ্ঞতাসম্পন্ন প্ৰাৰ্থীয়ে বিভাগীয় ৱেবচাইট www.nhai.gov.in চাব পাৰে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close