Businessশীৰ্ষ

ব্ৰেণ্ড এম্বেছেডৰৰ ৰূপত ৰণবীৰ সিং

নিউ জেনেৰেছনৰ বলিউডৰ জনপ্ৰিয় অভিনেতা সকলৰ ভিতৰত ৰণবীৰ সিং অন্যতম। নিখুঁত তথা সাবলীল অভিনয়ৰে দৰ্শকৰ মন জয়ী কৰা এইগৰাকী অভিনেতাই শেহতীয়াকৈ চুক্তিবদ্ধ হৈছে দেশৰ জনপ্ৰিয় অডিঅ সজুলি নিৰ্মাতা প্ৰতিষ্ঠান জে বি এলৰ সৈতে। সেয়ে এতিয়াৰে পৰা প্ৰতিষ্ঠানটোৰ নতুন গ্লবেল ব্ৰেণ্ড এম্বেছেডৰৰ ৰূপত দেখা পোৱা যাব অভিনেতা গৰাকীক। ইয়াৰ উপৰিও অভিনেতা গৰাকীয়ে জে বি এলৰ নতুন ৰেঞ্জৰ অডিঅ সামগ্ৰীসমূহৰ প্ৰচাৰ অভিযানটো আগভাগ লব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close