Businessবিশেষশীৰ্ষ

ব্রিটেনিয়াৰ ছুগাৰ ফ্রী নিউট্রি চয়ছ

দেশৰ সর্ববৃহৎ খাদ্য প্রস্তুতকৰণ প্রতিষ্ঠান ব্রিটানিয়া ইণ্ডাষ্ট্রিয়ে নিউট্ৰিচয়ছ ছুগৰাফ্রী ক্ৰেকাৰৰ অলপতে আনুষ্ঠানিকভাৱে মুকলি কৰে। বিশেষকৈ পশ্চিমবংগ, লগতে উত্তৰ-পূব ভাৰতৰ গ্ৰাহকৰ প্রতি লক্ষ্য ৰাখি এই সামগ্ৰীবিধ প্রস্তুত কৰিছে ব্রিটেনিয়া কোম্পানীয়ে। উল্লেখ্য যে পূর্বৰে পৰা ব্রিটেনিয়াই সুকীয়া আধিপত্য বিস্তাৰ কৰি আহিছে। বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ, বিভিন্ন ৰােগ আদিৰ ওপৰত নজৰ ৰাখি প্রতিষ্ঠানটোৱে ইতিমধ্যে কেইবাটাও গুণমান খাদ্য সামগ্রী প্রস্তুত কৰিছে। অসম তথা উত্তৰ-পূব ভাৰতত এই নিউট্ৰিচয়ছ ছুগাৰ ফ্ৰী ক্রেকাৰৰ ৩০০ গ্রাম পেকেটৰ মূল্য হ’ব ৩২ টকা আৰু ৭৩.৫ গ্রাম পেকেটৰ মূল্য হ’ব ১০ টকা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close