অসমভাল খবৰশীৰ্ষ

বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ দ্বৈত ৰেল অসমত দ্বৈত ৰে’ল ব্যৱস্থা

হ্রাস হ’ব ৰেল যাত্ৰাৰ সময়।

দীর্ঘদিন ধৰি অসমত দ্বৈত ৰে সেৱা প্রৱর্তনৰ বাবে অসমবাসীয়ে দাবীজনায় আহিছিল। ১৭ জুলাইত অর্থনৈতিক পৰিক্রমা বিভাগৰ কেবিনেট কমিটীয়ে অসমৰ দ্বৈত ৰে সেৱাক অনুমােদন জনােৱাৰ পিছতে ৰাজ্যবাসীৰ দীর্ঘদিনীয়া দাবী পূৰণ ল। সেইঅনুসৰি অহা ২০২২২৩ চনৰ ভিতৰত ২০৪২.৫১ কোটিৰ বিনিয়ােগ কৰি অসমত দ্বৈত ৰেল সেৱা সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে ৰেল বিভাগে। ৰাজ্যত দ্রুত উন্নয়ন আৰু যানজট হ্রাসৰ ক্ষেত্ৰত এই দ্বৈত ৰেল সেৱাইগুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। বঙাইগাঁৱৰ পৰা বাক্সা, বৰপেটা, নলবাৰী আৰু কামৰূপ গ্রাম্য জিলাক সংযােগ কৰি এই দ্বৈত ৰেল পথ নির্মাণ কৰা ব। উল্লেখ্য যে বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ থকা পথটো এতিয়া এটা লাইযুক্ত হৈ আছে। বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ এই ৰেলপথটোৰ কাষতে আন এটা পথ নির্মাণ কৰি এই দ্বৈত ৰেলপথ প্রকল্প সম্পূর্ণকৰিব ৰে বিভাগে। ১৪২.৯৭ কিলােমিটাৰ দৈৰ্ঘ্যৰ পথছােৱা উত্তৰপূৱ সীমান্ত ৰেলৱে ,০৪২.৫১ কোটি টকাৰে নির্মাণ কৰাৰ সময়ত অঞ্চলটোত ৩৪. লাখ কর্মদিনৰ সৃষ্টি ব। যাৰ ফলত বিভিন্ন ক্ষেত্ৰত নিৱনুৱাসকলে সংস্থাপিত পাৰিব বুলি এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে ৰেল বিভাগে। এই দ্বৈত ৰেল সেৱাই উত্তৰ পূৰ্বাঞ্চলৰ যাতায়ত আৰু যানযতৰ ক্ষেত্ৰত উল্লেখযােগ্য ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰাৰ লগতে নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ সৃষ্টি হােৱা যান ১০০ শতাংশ কমি যাব বুলি উল্লেখ কৰে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close