অসমবিশেষশীৰ্ষ

পৰিৱেশ সংৰক্ষণৰ বাবে অসমক ফ্ৰান্সৰ ৫০০০ কৌটি

কাজিৰঙাৰ জৈৱ বিচিত্রতা চাই অভিভূত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত

অসমৰ জৈৱ বৈচিত্ৰতা আৰু প্ৰাকৃতিক সৌন্দৰ্যতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰতাত ধনী অসমক লৈ ফ্ৰান্স দেশ উৎফুল্লিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহতাৰ ক্ষেত্ৰত বিশ্বজুৰি যি বাৰ্তা প্ৰেৰণ কৰিছে আৰু ভাৰতত লোৱা উদ্যোগক লৈ প্ৰচাৰ কাৰ্য চলাইছে তাৰ প্ৰতি আকৰ্ষিত হৈয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰদূতে অসমৰ কাজিৰঙা, মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিছে আৰু অসমৰ প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰতা দেখি অভিভূত হৈ পৰিছে। পৰিৱেশ সংৰক্ষণৰ বাবে ফ্ৰান্সে অসমক ৫ হাজাৰ কোটি টকাৰ সাহায্য দিয়াৰ চুক্তি সম্পাদন কৰিছে বুলি আজিৰ অনুষ্ঠানত জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close