আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

প্ৰদূষণমুক্ত পৃথিৱীৰ বাবে এইবাৰ ইলেক্ট্ৰনিক উৰাজাহাজ

কানাডাত প্ৰথমখন ব্যৱসায়ীক ইলেক্ট্ৰনিক বিমানৰ উৰণ সম্পন্ন জৈৱ ইন্ধনে পৰিৱেশ প্ৰদূষণত যথেষ্টখিনি উদগনি যােগায়।গাড়ী-মটৰৰ উপৰি বিমানতাে বৃহৎ পৰিমাণে জৈৱ ইন্ধন ব্যৱহাৰ কৰা হয়। প্রতি বছৰে লাখ লাখ টন গেছলিন ব্যৱহাৰ হয় উৰাজাহাজত। এনে অৱস্থাত বায়ু প্ৰদূষণৰ মাত্রাও যথেষ্টখিনি বৃদ্ধি পায়। শেহতীয়াকৈ কানাডা প্রশাসনে প্রদূষণ ৰােধৰ কাৰণে ইলে”নিক বিমানৰ ব্যৱহাৰৰ বাবে আগভাগ লৈছে। যােৱা ২৩ ডিচেম্বৰত কানাডাৰ ভেনকৌভাৰৰ পৰা প্ৰথমখন ইলেনিক ব্যৱসায়িক বিমানে উৰণ সম্পূর্ণ কৰে। উত্তৰ আমেৰিকাৰ আগশাৰীৰ চি প্লেন বিমান সেৱাৰ ডিএইচচি ১২ হেভিলেণ্ড বিয়েভাৰ নামৰ বিমানখনে সফলতাৰে উৰণ সম্পূর্ণ কৰে। হার্ভাৰ এয়াৰত সফলতাৰে উৰণ সম্পূর্ণ কৰাৰ পাছতে বিমান পৰিবহণৰ ক্ষেত্ৰত ইলে”নিক বিমানৰ ব্যৱহাৰৰ দিশত এক নতুন পথৰ উন্মেষ ঘটিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close