বিশেষৰাষ্ট্ৰীয়শীৰ্ষশ্ৰেণীবিহীন

পুনৰ চৰ্চাত ৰাণু

"তেৰি মেৰি কাহিনী"ৰ পিছত এইবাৰ "আদত"ত কন্ঠদান

বৰ্তমান সময়ৰ আটাইতকৈ চৰ্চিত নামটোৱে হৈছে ৰাণু মন্ডল। ছচিয়েল মিডিয়াৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা ৰাণুৱে অলপতে বলিউডৰ জনপ্ৰিয় সংগীত পৰিচালক তথা কন্ঠশিল্পী হিমেশ ৰেছমিয়াৰ সৈতে তেওঁৰ আহিবলগীয়া ছবি “হেপী হাৰ্ডি এন্ড হীৰ” ৰ টাইটেল চংটোত কন্ঠদান কৰিছিল। ইয়াৰ পিছতেই ভাইৰাল হৈ পৰিছিল চংটো। ইয়াৰ পিছতেই ৰাণুলৈ আহিছিল বহু অফাৰ। শেহতীয়াকৈ পুনৰ চৰ্চাত ৰাণু। কিয়নো “হেপী হাৰ্ডি এন্ড হীৰ” নামৰ ছবিখনৰ “আদত” শীৰ্ষক দ্বিতীয়টো চংত হিমেশ ৰেছমিয়াৰ সৈতে ৰাণুৱে কন্ঠদান কৰিছে। ইতিমধ্যে দ্বিতীয়টো গানেও ছচিয়েল মিডিয়াত খুবেই জনপ্ৰিয় হৈ উঠিছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close