Business

পিয়াজ্জিঅ’ত বিনামূলীয়া বীমাৰ সুবিধা

আগশাৰীৰ বাহন নির্মাতা প্রতিষ্ঠান পিয়াজ্জি অ’ ইণ্ডিয়াই ইয়াৰ ভেছপা আৰু এপ্রিলিয়া ৰেঞ্জত আকর্ষণীয় ফাণ্টাবুলাছ অফাৰ আগবঢ়োৱাৰ কথা ঘােষণা কৰিছে। সমাগত দুর্গা মহােৎসৱৰ লগতে কালী পূজাৰ প্রতি লক্ষ্য ৰাখি আগবঢ়োৱা এই অফাৰ গ্ৰাহকসকলে অক্টোবৰ মাহত লাভ কৰিব পাৰিব আৰু দুয়ােটা ব্ৰেণ্ডতে ১০ হেজাৰ টকা ৰাহি কৰিব পাৰিব। বজাৰত ১২৫ চিচি স্কুটাৰৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখি পিয়াজ্জি অ’ ইণ্ডিয়াই শেহতীয়াকৈ মুকলি কৰে এপ্রিলিয়া ষ্টর্ম আৰু ভেছপা আৰবান ক্লাব। ফাণ্টাবুলাছ অফাৰৰ অধীনত এই দুখন স্কুটাৰৰ লগতে স্পর্টিং এপ্রিলিয়া এছআৰ ১২৫ , এছ আৰ ১৫০, এছআৰ ১৫০ ৰেচ, ভেছপা এছএক্সএল ১২৫, এছএক্সএল ১৫০, ভিএছএল ১২৫-১৫০ আৰু এলিগেন্টতাে আকর্ষণীয় আগবঢ়াইছে পিয়াজ্জিঅ’ ইণ্ডিয়াই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close