অসম

পশ্চিম গুৱাহাটী বিক্ৰমপুৰ প্ৰাথমিক শাখাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ পালন

জয়ন্ত কলিতা

সমগ্র অসমৰ লগতে পশ্চিম গুৱাহাটী বিক্ৰম পুৰ প্ৰাথমিক শাখাতো ৫৭১ তম মহাপুৰুষ গুৰু জনাৰ জন্ম উৎসৱ পালন । দিনযোৰা কাৰ্যসূচীৰে ৰাতিপুৱা বৰগীত প্ৰতপ্ৰশঙ্গ ,জাগৰণ আদৰণি সোনাৰাম কলিতাক বাপ,তাৰ পিছত শাখাৰ নামঘৰ প্ৰাংগনত ধৰ্মধ্বজা উত্তোলন কৰে বিক্ৰমপুৰ শাখাৰ বয়সষ্ট সোনা ৰাম কলিতা বাপে তাৰপিছত ভাগৱত ভ্রমণ নামপ্ৰসঙ্গ প্ৰসাদ বিতৰণৰ পিছত সিদ্ধাপ্ৰসাদ লগতে বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন জাতি জনগোষ্ঠীয় কৃষ্টি সংকৃতিৰ সমন্বয় এনাজৰীৰে ৫৭১ সংখ্যক জন্ম জয়ন্তী বিক্ৰমপুৰ শাখাৰ নামঘৰত উলহ মালাহেৰে উদযাপন কৰা হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close