অসমক্ৰীড়াঙ্গণভাল খবৰ

নিজ দেশত ভৰি দিলে হিমা দাসে

নিউজ ডেস্ক, ভাল খবৰ: এছিয়ান গেমছ সামৰি আজি জাকাৰ্টাৰ পৰা নতুন দিল্লীত উপস্থিত হয় অসমকন্যা হিমা দাস। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে হোটেল অশোকাত আদৰণি জনাই হিমা দাসক।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ক্ৰীড়ামন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰে হিমাক জনাব সম্বৰ্ধনা।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close