অসমক্ৰীড়াঙ্গণৰাষ্ট্ৰীয়শীৰ্ষ

নতুন দিল্লীত ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বীপত জিলিকিল গহপুৰৰ খেলুৱৈ

নিউজ ডেস্ক, ভাল খবৰ: দিল্লী কিক্ বক্সিং ফেডাৰেশ্বনৰ উদ্যোগত তালকোটৰা ষ্টেডিয়ামত অনুষ্ঠিত দশম চাব জুনিয়ৰ আৰু একাদশ জুনিয়ৰ ৰাষ্ট্ৰীয় কীক বক্সিং চেম্পিয়নত উজ্জ্বলিল গহপুৰৰ খেলুৱৈ। ২৭ আগষ্টৰ পৰা ৩০ আগষ্টলৈকে অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত সদৌ অসম কিক্ বক্সিং ফেডাৰেশ্বনক প্ৰতিনিধিত্ব কৰি খেলুৱৈ সকলে ৪টা স্বৰ্ণ, ২টা ৰূপৰ আৰু ৩টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনিত প্ৰতিভা টায়ে সোণ আৰু ৰূপৰ পদক, নীৰজ আচাৰ্যই সোণৰ, দিব্য আচাৰ্যই সোণ আৰু ৰূপৰ, নীৰজ কৰটেলে সোণৰ পদক, প্ৰেম সোণাৰীয়ে ৰূপৰ আৰু ঋষি সোণাৰী, গগণ কৰটেলে এটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close