বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

দেশবাসীলৈ সু-খবৰ

পেট্রল, ডিজেলৰ আৰু ইন্ধনৰ মূল্য হ্রাস পােৱাৰ সম্ভাৱনা

অচিৰেই হ্রাস পাব পেট্রল-ডিজেলৰ মূল্য ইন্ধনৰ মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ জনতাক জলাকলা খুৱাই আহিছে যদিও শেহতীয়াকৈ আন্তর্জাতিক পর্যায়ত প্রতি বেৰেল খাৰুৱাতেলৰ মূল্য হ্রাস হােৱাৰ পৰিপ্ৰেক্ষিতত অচিৰেই ভাৰতত ইন্ধনৰ মূল্য হ্রাস পােৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ উপৰি কেন্দ্রীয় খনিজ সম্পদ আৰু শক্তি বিভাগে ইন্ধনৰ ওপৰত কিছু সংখ্যক হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ দিশে অগ্রসৰ হৈছে। বুধবাৰৰ পৰা ৯৩ আৰু ৯৫ গ্রেডৰ পেট্র’লত ১৩ পইচা হ্রাস হ’ব। ইয়াৰ উপৰি ডিজেলৰ ক্ষেত্ৰতাে মূল্য হ্রাস কৰিব কেন্দ্রীয় চৰকাৰে। ডলাৰৰ মূল্য হ্রাস হােৱাৰ লগে লগেই আমদানিকৃত খাৰুৱাতেলৰ মূল্য হ্রাস হােৱাৰ দিশত গতি কৰিছে। দক্ষিণ আফ্রিকাই ইয়াৰ ৬০ শতাংশ তেল ৰপ্তানি কৰে। যিসমূহৰ মূল্য ডলাৰত নিৰ্ধাৰণ কৰা হয়। মঙলবাৰে পুৱালৈ ইয়াৰ মূল্য ১৬.০৮ ডলাৰৰ পৰা হ্রাস হৈ ১৪.৭৩ ডলাৰ। হয়গৈ। যাৰ ফলত পেট্রল আৰু ডিজেলৰ মূল্য হ্রাস পােৱাৰ সম্ভাৱনা আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close