অসমবিশেষশীৰ্ষ

জয়ন্ত মাধৱ বৰাৰ নৱতম উপন্যাস উন্মোচন

ৰাজ্যপাল জগদীশ মুখীয়ে উন্মোচন কৰিলে তিনিখনকৈ গ্ৰন্থ

আজি গুৱাহাটীৰ গুৰু নানক হাইস্কুলত অনুষ্ঠিত শিখগুৰু গুৰুনানকৰ ৫৫০তম জন্ম জয়ন্তী উপলক্ষ্যে শিখ সকলৰ ইতিহাস সম্বলিত তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। অধ্যাপক ভূপেন সিং আৰু সুলেখা চক্ৰৱৰ্তীৰ গ্ৰন্থৰ সমান্তৰালকৈ উন্মোচিত হয় অসমীয়া শিখসকলক লৈ লিখা নৱতম উপন্যাস ‘নিচান চাহিব’।অসমৰ প্ৰতিস্থিত কবি মনজিত সিঙে আত ধৰা এই অনুস্থানটোত শিখ সমাজৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close