অসম

জামুগুৰিহাটত ১-০ গলৰ ব্যৱধানত জয়লাভ টৌভঙা ফুটবল দল

জামুগুৰিহাট, চন্দন শৰ্মা

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ খেল পথাৰত জামুগুৰি ক্ৰিয়া সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা ফুটবল খেলখনত ১-০ গলৰ ব্যৱধানত জয়লাভ কৰে টৌভঙা ফুটবল দল । উক্ত জয়লাভ কৰা ফুটবল দলটোৰ লগত প্ৰতিদ্বন্দিতা কৰিছিল হাটিঙা ৰাণ্ডুপাম ফুটবল দলে । ১-০ গলৰ ব্যৱধানত টৌভঙা ফুটবল দলে হাটিঙা ৰাণ্ডুপাম ফুটবল দলক পৰাস্ত কৰে যদিও খেলখন দৰ্শকৰ বাবে ৰোমাঞ্চক হৈ পৰিছিল ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close