ৰাষ্ট্ৰীয়শীৰ্ষ

ছিংগাপুৰত শ্রীদেৱীৰ মমৰ মূর্তি

ছিংগাপুৰৰ ঐতিহ্যমণ্ডিত মেডাম টুছত স্থাপন হব প্রথমগৰাকী মহিলা চুপাৰপ্তাৰ অভিনেত্রী শ্রীদেৱী। প্রয়াত অভিনেত্রীগৰাকীৰ জন্মদিনৰ দিনাই এই কথা ঘোষণা কৰিছে মেডাম টুছৰ ছিংগাপুৰৰ কর্তৃপক্ষই। একালৰ তাৰকা অভিনেত্রীগৰাকীৰ মুর্তি বিশ্বৰ নামী-দামী ব্যক্তিৰ সৈতে উক্ত সংগ্রহালয়ত একে শাৰীতে স্থান লাভ কৰাত স্বাভাৱিকতে আনন্দিত সমগ্র দেশবাসী। উল্লেখ্য যে চলিত বর্ষৰ ছেপ্টেম্বৰ মাহত প্রয়াত অভিনেত্রীগৰাকীৰ প্ৰতিমূর্তিটা আনুষ্ঠানিকভাৱে উন্মোচন কৰিব সংগ্রহালয় কর্তৃপক্ষই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close