বিনোদনশীৰ্ষসাংস্কৃতিক

ছানীৰ মমৰ পুতলা

মেডাম টুছু মিউজিয়াত এইবাৰ ছানী লিয়নী

দিল্লীৰ প্ৰসিদ্ধ মেডাম টুছু মিউজিয়ামৰ নাম আপুনি হয়তো শুনিছে।এইবাৰ এই মিউজিয়ামৰ বিশেষ আকৰ্ষণ যৌন আবেদনময়ী অভিনেত্ৰী ছানী লিয়নীৰ মমৰ পুতলা। অলপতে লণ্ডনৰ পৰা ছানী লিয়নীৰ শৰীৰৰ মাপ জোখাৰ বাবে এটা বিশেষজ্ঞৰ দল মিম্বাইত উপস্থিত হৈছিল। এই দলটোৱে দুশবাৰতকৈয়ো অধিক ছানী লিয়নীৰ শৰীৰৰ জোখ লয় যাতে মমৰ পুতলাতো অবিকল তেওঁৰ দৰে বনাব পাৰে। এই বিষয়ে টুইটাৰত নিজৰ অনুভৱ ব্যক্ত কৰি মেডাম টুছু মিউজিয়ামক ধন্যবাদ জনায়। উল্লেখ্য যে ইয়াৰ পূৰ্বে এই মিউজিয়ামত মাধুৰী দীক্ষিত, কৰীণা কাপুৰ, কেটৰিণা কাঈফ, ছলমান খান, কপিল শৰ্মা, শচীন টেণ্ডুলকাৰ আদিৰ দৰে তাৰকাৰ মমৰ পুতলা আছিল।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close