অসমনিয়োগ খবৰবিশেষশীৰ্ষ

গুৱাহাটী বিশ্ববিদ্যালয়ত কোষাধ্যক্ষৰ পদ খালী

ইউজিচিৰ অধীনস্থ গুৱাহাটী বিশ্ববিদ্যালয়ত খালী হৈ থকা কোষাগাৰ, ইঞ্জিনীয়াৰ পদৰ বাবে প্রার্থীৰ সন্ধান কৰা হৈছে। খালী পদৰ সংখ্যা দুটা। দৰমহাৰ নিৰিখ ১,৪৪,২০০-২,১৮,২০০ টকালৈ, আৰু ৩০,০০০-১,১০,০০০লৈ। সবিশেষ জানিবলৈ WWW.gauhati.ac.inত চাব পাৰে। আবেদনৰ অন্তিম তাৰিখ ২৬ নৱেম্বৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close