অসম

গুৱাহাটীত টাটা ক্ৰুচিবোল কৰ্পৰেট কুইজ

ভাল খবৰ, গুৱাহাটীঃ গুৱাহাটীৰ সংস্কৰণৰ টাটা ক্ৰুচিবোল কৰ্পৰেট কুইজ প্ৰতিযোগিতা ২০১৮ ৰ ফাইনেলত অসম চৰকাৰৰ নয়নজ্যোতি মেধি আৰু জ্যোতিষ কলিতাই চূড়ান্ত খিতাপ দখল কৰিবলৈ সক্ষম হয়। মহানগৰী তাজ হোটেলত অনুষ্ঠিত নগৰ পৰ্যায়ৰ ফাইনেলত মুঠ ৩১ দল উপস্থিত থাকে।

চূড়ান্ত খেলখনত নয়নজ্যোতি মেধি আৰু জ্যোতিষ কলিতাই মুঠ ৭৫০০০ টকা লাভ কৰাৰ বিপৰীতে পায়নীয়াৰ্ছ এণ্ড পাটনাৰ্ছৰ হৈ অহা বিশ্ব জ্যোতি শইকীয়া আৰু চৈয়দ বোৰহানুৰ ৰহমানে ৩৫০০০ টকা লাভ কৰে। উক্ত অনুষ্ঠানত মুখ্য ব্যক্তি হিচাবে উপস্থিত থাকে গুৱাহাটী ভিভান্তা বাই তাজৰ মহা প্ৰবন্ধক আশ্বায়ানি আনন্দ।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close