অসমনিয়োগ খবৰবিশেষশীৰ্ষ

গুৱাহাটীত চাকৰি  

বাডা বিছনেছ প্রাইভেট লিমিটেড, গুৱাহাটী, আসাম ব্রান্সৰ তৰফৰ পৰা অভিজ্ঞতাসম্পন্ন পুৰুষ-মহিলা প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। প্রার্থীসকলৰ দৰমহা ৮-১২ হেজাৰ + কমিচন। ইচ্ছুক প্রার্থীসকলে ২২(এ) চিপিডব্লিউডি গেষ্ট হাউছৰ সন্মুখত, জু-নাৰেংগী ৰােড, গুৱাহাটী, ৭৮১০২১, সময় পুৱা এঘাৰৰ পৰা আবেলি পাঁচ বজালৈ। যােগাযােগৰ নম্বৰ : ৮৭২৩০৬৫৫৬, ৭৫৭৭৮০৭৮৮৮। দুকপি ফটোসহ বায়’ডাটা লগত লৈ আনিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close