অসমক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

খেল’ ইণ্ডিয়াত অসমৰ দ্বিতীয়টো স্বৰ্ণ পদক লাভ

সোণাপুৰত অনুষ্ঠিত চাইক্লিং প্ৰতিযোগিতাত ৬০ কি:মি: চাইক্লিংত অসমৰ গংগোত্ৰী বৰদলৈয়ে স্বৰ্ণপদক লাভ কৰে। ইয়াৰ সমান্তৰালকৈ চয়নিকা গগৈয়েও লাভ কৰে ব্ৰঞ্জৰ পদক। বৰ্তমানলৈকে দুটাকৈ স্বৰ্ণপদক লাভ কৰে অসমে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close