অসমক্ৰীড়াঙ্গণশীৰ্ষ

খেলো ইণ্ডিয়াত অসমৰ আন এক পদক

১০মিটাৰ ৰাইফলত হৃদয়ৰ ৰূপ

কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জত আন এক পদক দখল । অসমৰ প্ৰতিভাবান শ্বুটাৰ হৃদয় হাজৰিকাই ২১ বছৰ অনুৰ্ধ শাখাত ৰূপৰ পদক দখল কৰিছে ।হৃদয়ে ২৪৭.৫ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close