অসমক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

খেলোঁ ইণ্ডিয়া জু’ডত অসমৰ প্ৰথমটো স্বৰ্ণ

গুৱাহাটীত অনুষ্ঠিত হৈ থকা খেলো ইণ্ডিয়াৰ  জু’ডত অসমৰ প্ৰথমটো স্বৰ্ণ লাভ কৰে অসমৰ পূজা বসুমতাৰীয়ে । ১৭ অনুৰ্ধত উত্তৰাখণ্ডৰ স্নেহা চৌহানক ০-১ৰ ব্যৱধানত পৰাস্ত কৰি অসমৰ পূজা বসুমতাৰীয়ে এই খিতাপ অৰ্জন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close