ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আচনি

ক্ষুদ্র ঋণ ৰেহাই দিয়াৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰৰ এই আচনি অনুসৰি ক্ষুদ্ৰ ঋণৰ বোজাত ডুব গৈ থকা লোকসকলক মোডী চৰকাৰে সকাহ প্ৰদান কৰিব।  উক্ত লােকসকলে যাতে নতুনকৈ কামকাজ আৰম্ভ কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে এনে লােকসকলৰ ঋণ ৰেহাই দিয়াৰ বিষয়ে চিন্তা চর্চা চলাইছে। কৰ্প’ৰেট সংক্রান্তীয় বিষয়ৰ সচিব ইজেন্টি শ্ৰীনিৱাসে এই কথা প্রকাশ কৰে। আর্থিকভাৱে দুর্বল শ্ৰেণীৰ লােকক ঋণৰ বাবে মুক্তি দিয়াৰ বাবে ঋণ ৰেহাই যােজনা প্রস্তুত কৰি থকা হৈছে বুলি জানিবলৈ দি তেওঁ কয় যে বিষয়টো সম্পৰ্কত ক্ষুদ্র বিত্তীয় সংস্থাসমূহৰ সৈতে আলােচনা চলাই থকা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close