আন্ত-ৰাষ্ট্ৰীয়ভাল খবৰশীৰ্ষ

কেননৰ ফটোমাৰাথান

ভাল খবৰ, গুৱাহাটী: সমগ্ৰ ভাৰততে ফটোগ্ৰাফী ভালপোৱা সকলৰ বাবে এখন মঞ্চ গঠন কৰিবলৈ চেষ্টা কৰি অহা দেশৰ আগশাৰী কোম্পানী কেনন ইণ্ডিয়াই ইয়াৰ বহু অভিলাষী লাইভ নৱম সংস্কৰণ ফটো প্ৰতিযোগিতা কেনন ফটোমাৰাথানখন কলকাতাত অনুষ্ঠিত কৰে। পূৰ্বতে সফলতাৰে অনুষ্ঠিত কৰা সংস্কৰণ সমূহৰ ভিতৰত এইবাৰ প্ৰথম বাৰৰ বাবে কলকাতাত অনুষ্ঠিত হয় কেনন ফটোমাৰাথান।

বিভিন্ন শিতানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনত প্ৰায় ৫০০ ৰো অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, এই অনুষ্ঠানটো মুকলি কৰে কেনন ইণ্ডিয়াৰ কণজুমাৰ ইমেজিং এণ্ড ইনফৰমেশ্যন উপাধ্যক্ষ এভি উড়াপাৰাই।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close