Businessশীৰ্ষ

কিয়া মটৰ্ছৰ বােল্ড এছইউভি ছেল্টছ

বিশ্বৰ অষ্টম বৃহৎ গাড়ী নির্মাণ প্রতিষ্ঠান কিয়া মটৰ্ছে এছইউভি শাখাত ভাৰতত মুকলি কৰিলে ইয়াৰ প্রথমখন গাড়ী ছেল্টছ। গাড়ীখনৰ এন্ট্রিলেভেল পেট্র’ল, স্মার্ট ট্রিম, জি ১.৫, এইচটিই মডেলৰ মূল্য হ’ল ৯.৬৯ লাখ। ডিজেল ১.৫ চি আৰ ডি আই এইচ টি এক্স প্লাছ আৰু পেট্রল স্মার্ট স্ট্রিম ১.৪টি জি ডি আই টি এক্স আৰু জি টি এক্স প্লাছৰ শীর্ষ ৰিয়েণ্টৰ মূল্য হ’ল ১৫.৯৯ লাখ টকা। ছেল্টছ গাড়ীখন হৈছে বিএছ ৬ অনুকূল আৰু মেনুৱেল, অটোমেটিক ট্রেন্সমিছন বিকল্পৰ সৈতে পেট্রল আৰু ডিজেল ভেৰিয়েণ্টত লাভ কৰিব পাৰিব। এই সন্দৰ্ভত প্রতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া কুশীউল ছিমে কয় ও ছেল্টছ হৈছে কিয়া মটছৰ এক অভিলাষী প্রজেক্ট। ছেল্টছ মুকলিৰে ভাৰতত প্ৰৱেশ ঘটিল কিয়া মটছৰ। উল্লেখ্য যে প্রতিষ্ঠানটোৱে এই পর্যন্ত ছেল্টছ গাড়ীখনৰ ৩২,০৩৫ খন বুকিং অর্ডাৰ লাভ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close