অসম

কামপুৰত বান সাহায্য বিতৰণ লংকাৰ সমাজসেৱী আৰু শিক্ষাবিদৰ

যি খিনি সময়ত বানাক্ৰান্ত সকলক চৰকাৰী ভাৱে সহায় সহযোগীতা আগবঢ়াব নোৱাৰাৰ অভিযোগ উঠি আহিছে তেনেসময়তে একাংশ সমাজ দৰদী লোকে এই,দুৰ্দ্দশাগ্ৰস্ত লোক সকললৈ সহায়ৰ হাত আগবঢ়াই আহিছে ।

হোজাই জিলাৰ লংকাৰ কেইবাগৰাকীও শিক্ষাবিদ আৰু সমাজকৰ্মীয়ে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন এলেকাত গৈ খাদ্য সামগ্ৰীৰ লগতে কাপোৰ ;ফেনাইল আদি বিতৰণ কৰে ।নিজা প্ৰছেষ্টাৰে এই সকল শিক্ষাবিদ আৰু সমাজকৰ্মীয়ে বানাক্ৰান্ত সকলক যি সহায় হাত আগবঢ়োৱা কাৰ্যই সমাজৰ উজ্জল নিৰ্দশন দাঙি ধৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close