ক্ৰীড়াঙ্গণভাল খবৰ

কাইলৈ টাটা ষ্টীলৰ বিজয় দিৱস

নিউজ ডেস্ক, ভাল খবৰ: পঞ্চতম বছৰৰ ভিতৰতেই টাটা ষ্টিল কলকাতায় ২৫ হাজাৰ পূৰ্বৰ বিপ্লৱক কেন্দ্ৰ কৰি কিংবদন্তি চহৰ হিচাপে পৰিগণিত হৈছে। এই বৰ্ষতো তেওঁলোকে দেশৰ শ্বহীদ সকলক সুঁৱৰি ১৬ ডিচেম্বৰত অৰ্থাৎ কাইলৈ বিজয় দিৱস উদযাপন কৰিব ।এই অনুষ্ঠানত এইবাৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে থাকিব চাৰিবছৰ একেৰাহে অলিম্পিক গেমছৰ স্বৰ্ণ বিজয়ী খেলুৱৈ গ্ৰেগ লুগানিছ । এই বিশেষ অনুষ্ঠানৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে স্বীকৃতি লাভ কৰি তেওঁ এই বিশেষ সন্মান ৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে চলিত বৰ্ষৰ শেষৰ ফালে অৰ্থাৎ ২৫ ডিচেম্বৰত ১৫ কিলোমিটাৰৰ এক মাৰথান দৌৰ প্ৰতিযোগিতাৰো আয়োজন কৰিছে। টাটা ষ্টীলৰ এই পদক্ষেপক দেশ বাসীয়ে আদৰি লোৱাও দেখা গৈছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close