Business

এমাজনৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ছেল

শীঘ্ৰেই আৰম্ভ হব এমাজনৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ছেল। এই ছেলত গ্ৰাহক সকলে স্মাৰ্টফোনকে আদি কৰি বহু সামগ্ৰী আকৰ্ষণীয় ৰেহাই মূল্যত লাভ কৰিব।অৱশ্যে এই পৰ্যন্ত প্ৰতিষ্ঠানটোৱে এই ছেলৰ তাৰিখ নিৰ্ধাৰণ কৰা নাই। কিন্তু এই বিক্ৰী অভিযানৰ বাবে ১০% তাৎক্ষণিক ৰেহাই আগবঢ়াব পৰাকৈ ভাৰতীয় ষ্টেট বেংকৰ সৈতে সহযোগিতা স্থাপন কৰিছে এমাজনে। উল্লেখযোগ্য যে, গ্ৰাহকসকলে ষ্টেট বেংকৰ ডেবিট আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি ১০% ৰেহাই মূল্যত এমাজনৰ পৰা বজাৰ কৰিব পাৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close