ভাল খবৰৰাষ্ট্ৰীয়শীৰ্ষস্বাস্থ্য

এপল’ গ্লেন ইগলছলৈ হৃদপিণ্ড সংৰোপনৰ অনুমোদন

নিউজ ডেস্ক, ভাল খবৰ: অলপতে কলকাতাৰ এপল’ গ্লেনিগলছ হাস্পতালখনে পশ্চিম বংগ চৰকাৰ পৰা হৃদপিণ্ড সংৰোপনৰ বাবে অনুমোদন লাভ কৰে। এপল’ হাস্পতালৰ এটা অংশ তথা ৭০০ বিছনাযুক্ত JCI, NABL, ISO 22000:2005 – HACCP চাৰ্টিফিকেট লাভ কৰা এপল’ গ্লেনইগলছ হাস্পতালখনে ট্ৰেন্সপ্লেণ্টেশ্ব্যন অব হিউমেন অৰ্গেন এণ্ড ট্যিছু এক্ট ১৯৯৪ ৰ পৰা পাঁচ বছৰ ম্যাদ যুক্ত অনুমোদন পত্ৰ লাভ কৰে।

এই স্বীকৃত লাভ কৰা এপল’ গ্লেনইগলছ হাস্পতালখন পূব ভাৰতৰ পঞ্চম আৰু এপল’ গ্রুপৰ চতুৰ্থখন হাস্পতাল।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close