অসম

এন ই লাইভ ট্যুডেৰ শ্ৰেষ্ঠ দক্ষ সাংবাদিকতাৰ বটাঁ ছহিজুল আলীলৈ

সৰভোগৰপৰা চলমান আলি, ভাল খবৰ: বিশ্বৰ প্ৰায় ১৫০ খন দেশত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা ৱেব মিডিয়া এন ই লাইভ ট্যুডেৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান আৰু সাংবাদিক কৰ্মশালা ১০ আৰু ১১ ছেপ্তেম্বৰ দুদিনীয়াকৈ নগাঁও জিলাৰ কামপুৰৰ বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন বিভাগত সাংবাদিকসকলক বটাঁ প্ৰদান কৰে৷ এই এন ই লাইভ ট্যুডেৰ শ্ৰেষ্ঠ দক্ষতা বটাঁ-২০১৮ সৰভোগৰ সুসন্তান তথা ৱেব মিডিয়াটোৰ বৰপেটা জিলাৰ ষ্টাফ ৰিপৰ্টাৰ ছহিজুল আলিক প্ৰদান কৰে৷

চলমান আলিয়ে বিগত ২০১২ চনৰ পৰা সংবাদ মাধ্যমৰ লগত জড়িত হৈ বৰ্তমানলৈকে সংবাদ মাধ্যমৰ লগত জড়িত৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close