অসমবিশেষশীৰ্ষ

ইম্পেৰিয়েল ব্লুৰ ছুপাৰহিট নাইটছ

ইম্পেৰিয়েল ব্লু ছুপাৰহিট নাইটছে ভাৰতজোৰা ইয়াৰ বিস্তৃত এঘাৰখন নগৰ ভ্ৰমণৰ ষষ্ঠ ছিজন ৰক এণ্ড ল’ল আগবঢ়াইছে। এই ভ্রমণ ২৪ নৱেম্বৰত গুৱাহাটীত আৰম্ভ হৈ ৩০ নৱেম্বৰত যােৰহাটত উপস্থিত হয়। এই নতুন ধাৰণাৰ জৰিয়তে দর্শকসকল প্রকৃত ‘মেন উইল বি মেন’মুহূৰ্তৰ সাক্ষী হ’ব যত প্ৰাণৱন্ত লাইফ মিউজিকৰ সৈতে সংমিশ্রণ ঘটিব ব্যংগৰসৰ। ছিজন-৬ৰ শিল্পী জুবিন গাৰ্গ, কে কে-মােহন, বিশাল দে শেখ, সুনীল গ্র’ভাৰ, জে চি গীল্ড আৰু বি প্রকাৰে লাইফ মনােৰঞ্জনৰ ক্ষেত্ৰত এক নতুন সংযােজনৰ সৃষ্টি কৰে। উল্লেখ্য যে এই অনুষ্ঠান আচাঞ্চল ডিব্ৰুগড়, জয়পুৰ, বাংগালােৰ, কলকাতা আদি অঞ্চলতাে অনুষ্ঠিত হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close