বিনোদনশীৰ্ষ

আয়ুষ্মান- ভূমিৰ ৰোমাঞ্চ

নৱ প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা সকলৰ ভিতৰত অন্যতম আয়ুষ্মান খুড়ানা। বলিউডত আয়ুষ্মানৰ অভিনয় সকলোৰে প্রিয়।যাৰ বাবে অভিনেতা গৰাকীয়ে বি টাউনত এক সুকীয়া স্থান লাভ কৰিছে। অভিনয়ৰ বাবেই আয়ুষ্মানৰ অনুৰাগীৰ সংখ্যাও বেছি।যাৰ বাবে আয়ুষ্মানৰ প্ৰেমত পৰিছে নৱ তাৰকা অভিনেত্ৰী ভূমি পডেনকাৰ।দুই গৰাকী তাৰকা এতিয়া বেলেগ বেলেগ স্থানত ৰোমাঞ্চত ব্যস্ত।জানিব পৰা অনুসৰি এয়া ৰিয়েল লাইফত নহয় , ৰিল লাইফত হে। এই দুগৰাকী অভিনেতা-অভিনেত্ৰী এতিয়া তেওঁলোকৰ নতুন চিনেমাৰ প্ৰজেক্টকলৈ ব্যস্ত।এয়া তেওঁলোকৰ আহিবলগীয়া ছবিৰ দৃশ্য ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close