মনৰ খবৰশীৰ্ষ

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

২৯আহাৰ, সোমবাৰ,ইং ১৫ জুলাই ২০১৯।
সূৰ্য্যোদয় ঘ:৪/৪৪/৪৭ সূৰ্য্যাস্ত ঘ:৬/১৪/১২
ৰাশি –   ধনু ৰাশি (ধ, ভ)
তিথি – শুক্লা চতুৰ্দ্দশী, ৰা: ঘ:১/১০/১০
নক্ষত্ৰ  – মুলা , ৰা:ঘ: ৭/২১/১২
আদ্যঋতু হলে – প্ৰতিহীনা যোগ,
যাত্ৰা – পশ্চিম দিশত নাই।
যোগিনী -পশ্চিম দিশত ।
মৰণত দোষ -নাই।
ভক্ষাভক্ষ্য – মাটি মাহ, মাছ মাংখ খোৱা নিষেধ।
১. মেষ ৰাশি – মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত স্থান পৰিবৰ্তন হৱ পাৰে, লগতে সাৱধান নহলে কৰ্ম ক্ষেত্ৰত মনোমালিন্য বা বিপদ আহিব পাৰে।
২. বৃষ ৰাশি – বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ কৰিব, যদিও ছোৱালী সকলে কষ্ট পাৱ পাৰে লগতে কৰ্মত সজাগ নহলে আনৰ আবিশ্বাসী হোৱাৰ
 যোগ দেখা যায়।
৩. মিথুন ৰাশি  – মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কাৰ্য্য সিন্ধি হৱ, যদিও যান বাহনৰ পৰা সাৱধানে থাকিব, কৰ্মত সজাগ নহলে মিছা অপবাদ পাৱ পাৰে।
৪. কৰ্কট ৰাশি – কৰ্কত ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত প্ৰেমত মধ্যম, ঘৰত বিবাহৰ আলোচনা হৱ পাৰে, যদিও মনত সামান্য কষ্টৰ পোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি – সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ লগতে শুভ সংবাদ লাভৰ  যোগ দেখা যায়।
৬. কন্যা ৰাশি – কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, যদিও  কৰ্মত মধ্যম লগতে সমস্যা বৃদ্ধি সম্ভাৱনা আছে।
৭. তুলা ৰাশি – তুলা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, সন্মান লাভ কৰিব, পদোন্নতি হৱ পাৰে, লগতে ধন বৃদ্ধিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি – বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰাপ্তিৰ যোগ দেখা যায় যদিও সজাগ নহলে আত্মীয়ৰ দ্বাৰা ক্ষতি হৱ পাৰে লগতে ব্যয় বৃদ্ধি হৱ পাৰে।
৯. ধনু ৰাশি – ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, বন্ধু লাভ কৰিব যদিও কৰ্মত সজাগ নহলে প্ৰতাৰিত হৱ পাৰে।
১০. মকৰ ৰাশি  – মকৰ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত এলাহ বৃদ্ধি হৱ, মনত কষ্ট পাৱ লগতে কৰ্মত সজাগ নহলে ৰাজ ভয়ৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি – কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ কৰিব যদিও কৰ্মত গুৰুত্ব কমিব পাৰে , মনৰ আশা ভংঙ্গৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কাৰ্য্য সিদ্ধি হৱ, পদোন্নতি হৱ পাৰে, যদিও মনত ভয় ভাৱ বৃদ্ধিৰ  যোগ দেখা যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close