অসমশীৰ্ষ

অসম সাহিত্য সভাৰ ‘আন্তর্জাতিক সংহতি বঁটা’ ছিংগাপুৰৰ প্রখ্যাত চলচ্চিত্র পৰিচালক এৰিক খােকক প্ৰদান

অসম সাহিত্য সভাৰ ২০১৮ বৰ্ষৰ ড° ভূপেন হাজৰিকা আন্তর্জাতিক সংহতি বঁটা দক্ষিণ-পূর্ব এছিয়াৰ চলচ্চিত্র আৰু সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা ছিংগাপুৰৰ প্রখ্যাত চলচ্চিত্র পৰিচালক এৰিক খােকক কালি প্ৰদান কৰা হয় । এই উপলক্ষে ছিংগাপুৰৰ ই- ফ্লাই হোটেলৰ প্ৰেক্ষাগৃহত গৃহত অনুষ্ঠিত হয় এখনি বিশেষ সভা ৷ সভাত অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ লগতে ছিংগাপুৰত থকা ভালেমান অসমীয়া লোকৰ লগতে বিশিষ্ট অতিথি সকল উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close