অসমনিয়োগ খবৰবিশেষশীৰ্ষ

অসম পুলিচত চাকৰি

খালী পদৰ সংখ্যা : ৫৯৭ টা

জনহিত জনসেৱাৰ্থে গঠিত অসম আৰক্ষীৰ তৰফৰ পৰা উপ-আৰক্ষী অধীক্ষকত খালী হৈ থকা ৫৯৭টা পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। অবিচি/এমঅ’বিচি ১৩৬টা, সংৰক্ষিত ৪১৬, এছচি ১৪, এছটি হিলছ ৪টা, এছটি ভৈয়াম ২৭টা পদৰ বাবে ৩০ নৱেম্বৰৰ ভিতৰত যিকোনাে বিভাগত স্নাতক ডিগ্রীধাৰী ইচ্ছুক প্রার্থীসকলৰ পৰা আবেদনপত্র বিচৰা হৈছে। সবিশেষ জানিবলৈ www.slprbassam.inত চাব পাৰে। যােগাযােগৰ বাবে ০৩৬১২৯৭০০৫৯ নম্বৰ। অনলাইন প্রক্রিয়াৰে হ’বলগীয়া আবেদন ১১ নৱেম্বৰৰ পৰা আৰম্ভ হৈ ৩০ নৱেম্বৰত সামৰণি পৰিব।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close