অসমচিন্তাজগতবিশেষমনৰ খবৰশীৰ্ষ

অণু-চিন্তন

জ্যোতিমালা সোণালী গগৈ:

এডভাণ্টেজ অসমক লৈ মহানগৰী ধুনীয়া কৰি তোলাত ভাল লাগিছে ৷ পিছে গুৱাহাটীৰ সৌন্দৰ্য দুদিনৰ বাবে নহৈ চিৰদিনীয়া হোৱাটো বিচাৰো ৷ মোৰ দৰে হয়তো প্ৰতিগৰাকী অসমবাসীৰে এয়া কাম্য ৷ ইয়াৰ বাবে চৰকাৰ সজাগ হ’ব লাগিব ৷ লগতে ৰাইজো ৷ যিদৰে সন্তান জন্ম দিয়াতেই পিতৃ-মাতৃৰ দায়িত্ব শেষ নহয়, তেওঁলোকক সু নাগৰিক কৰি গঢ়ি তোলাটোও দায়িত্ব; একেদৰে গুৱাহাটীৰ সৌন্দৰ্য অটুত ৰখাটোও প্ৰতিগৰাকী নাগৰিকৰে দায়িত্ব ৷ অৱশ্যে চৰকাৰে প্ৰকৃতিৰ সুন্দৰতা যাতে কোনেও হানি কৰিব নোৱাৰে, তাৰ বাবে চৰকাৰেও কঠোৰ আইন প্ৰৱৰ্তন কৰাৰ প্ৰয়োজন ৷

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close